പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള স্বভাৱ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

স্বভাৱ   বিশেষ্য

അർത്ഥം : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বৰূপ

അർത്ഥം : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

ഉദാഹരണം : তেওঁৰ ব্যৱহাৰ ভাল নহয়

പര്യായപദങ്ങൾ : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

അർത്ഥം : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম

ഉദാഹരണം : তেওঁ ্ লাজুক স্বভাৱৰ

പര്യായപദങ്ങൾ : চৰিত্র, প্রকৃতি, মেজাজ, স্বৰূপ

അർത്ഥം : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

ഉദാഹരണം : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

പര്യായപദങ്ങൾ : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ-চৰিত্র