അർത്ഥം : যাৰ অধিকাৰ নাই
ഉദാഹരണം :
ঘৰটোত স্বত্বহীন ব্যক্তি এজনে নিজৰ অধিকাৰ সাব্যস্ত কৰি বহি আছে
പര്യായപദങ്ങൾ : অধিকাৰহীন
അർത്ഥം : স্বত্বৰ পৰা আঁতৰত
ഉദാഹരണം :
ফুলপাহ মৰহি স্বত্বহীন হৈ পৰিল
അർത്ഥം : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
ഉദാഹരണം :
আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
പര്യായപദങ്ങൾ : অনধিকাৰ