പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള স্নাতক എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

স্নাতক   বিশেষ্য

അർത്ഥം : কোনো বিশ্ববিদ্যালয়ৰ নিম্নতম ডিগ্রী বা উপাধি

ഉദാഹരണം : মই মুম্বাই বিদ্যাপীঠৰ পৰা স্নাতক কৰিলো

അർത്ഥം : যিজনে বিশ্ববিদ্যালয়ৰ নিম্নতম ডিগ্রী বা উপাধি লাভ কৰিবৰ কাৰণে পৰীক্ষা উত্তী্র্ণ হৈছে

ഉദാഹരണം : ধনৰ অভাৱৰ কাৰণে ভালেসংখ্যক স্নাতকে নিজৰ পঢ়াশুনা বন্ধ ৰাখিবলগীয়া হʼল

പര്യായപദങ്ങൾ : গ্রেজুৱেট

അർത്ഥം : যিজনে কোনো গুৰুৰ গৃহত থাকি বিদ্যাৰ অধ্যয়ন আৰু ব্রহ্মচর্য ব্রত ্পালন কৰিছে

ഉദാഹരണം : স্নাতক জনক সেই বিদ্যাপীঠৰে আচার্য হিচাপে নিযুক্তি দিয়া হৈছে

স্নাতক   বিশেষণ

അർത്ഥം : স্নাতকৰ বা স্নাতক সম্বন্ধীয়

ഉദാഹരണം : স্নাতক ডিগ্রীৰ বাবে আপুনি আবেদন কৰিব পাৰে এই বিশ্ববিদ্যালয়ত স্নাতক পর্যায়ত এটা অনিবার্য ্ভাষা শিক্ষণৰ ব্যৱস্থা আছে