പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള স্থিৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

স্থিৰ   বিশেষণ

അർത്ഥം : যিজন বিচলিত নহয়

ഉദാഹരണം : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়

പര്യായപദങ്ങൾ : অবিচল, অবিচলিত

അർത്ഥം : যি সিদ্ধান্ত সলনি নহয়

ഉദാഹരണം : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

പര്യായപദങ്ങൾ : অটল, অবিচল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন

അർത്ഥം : যি চঞ্চল নহয়

ഉദാഹരണം : মানুহজন গম্ভীৰ স্বভাৱৰ

പര്യായപദങ്ങൾ : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ

അർത്ഥം : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

ഉദാഹരണം : পাহাৰ-পর্বত স্থিৰ

പര്യായപദങ്ങൾ : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল

അർത്ഥം : যʼত তৰঙ্গ উঠি থকা নাই

ഉദാഹരണം : শ্যামে স্থিৰ পানীতলৈ শিল দলিয়াই আছে

പര്യായപദങ്ങൾ : শান্ত

അർത്ഥം : যʼত কোনো পৰি্ৱর্তন ্বা সাল-সলনি নহয় বা একে স্থিতিতে থকা

ഉദാഹരണം : কিছুমান বস্তুক স্থিৰ তাপমানত ৰখা হয়

അർത്ഥം : যাৰ চিত্ত স্থিৰ

ഉദാഹരണം : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে

പര്യായപദങ്ങൾ : অচঞ্চল, অমত্ত, প্রশান্ত, শান্ত, স্থিৰচিত্ত

അർത്ഥം : যি চলা-ফুৰা কৰিব নোৱাৰে

ഉദാഹരണം : গছবোৰ সজীৱ সত্ত্বেও অচল

പര്യായപദങ്ങൾ : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল

അർത്ഥം : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়

ഉദാഹരണം : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে

പര്യായപദങ്ങൾ : অগতি, গতিশূন্য, গতিহীন