അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
ഉദാഹരണം : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
പര്യായപദങ്ങൾ : খুটা, পিলাৰ, স্তম্ভ
അർത്ഥം : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
ഉദാഹരണം : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
പര്യായപദങ്ങൾ : কীলক, শাল
അർത്ഥം : যি চলা-ফুৰা কৰিব নোৱাৰে
ഉദാഹരണം : গছবোৰ সজীৱ সত্ত্বেও অচল
പര്യായപദങ്ങൾ : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থিতিশীল, স্থিৰ
ഇൻസ്റ്റാൾ ചെയ്യുക