പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള স্তম্ভ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

স্তম্ভ   বিশেষ্য

അർത്ഥം : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন

ഉദാഹരണം : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল

പര്യായപദങ്ങൾ : খুটা, পিলাৰ, স্থানু

അർത്ഥം : ডাঙৰ, উচ্চ আৰু বহুত ডাঙৰ অট্টালিকা

ഉദാഹരണം : ডাঙৰ চহৰতহে স্তম্ভ দেখিবলৈ পোৱা যায়

അർത്ഥം : যিজন ব্যক্তিৰ কথা-বতৰা, তথ্য আদি কোনো সংস্থাৰ কার্য নি্র্ধাৰণৰ আধাৰ স্বৰূপ হয়

ഉദാഹരണം : মোৰ শিক্ষাগুৰু এই মহাবিদ্যালয়ৰ এক স্তম্ভ স্বৰূপ

അർത്ഥം : বাতৰি কাকতৰ পৃষ্ঠা, গ্রন্থ আদিৰ লিখনিৰ ঠিয় বিভাগ যʼত ওপৰৰ পৰা তললৈ কোনো বিশেষ কথা, সংখ্যা আদি থাকে

ഉദാഹരണം : আপুনি কোনটো স্তম্ভ পঢ়ি আছে

അർത്ഥം : কোনো ভৱনৰ লগত সংলগ্ন হৈ থকা বা অকলে থিয় হৈ থকা মানুহে নি্র্মাণ কৰা এক অৱয়ব, যাৰ উচ্চতা তাৰ ব্যাসতকৈ বেছি

ഉദാഹരണം : মিনাৰৰ ভিতৰত হায়দৰাবাদৰ চাৰমিনাৰ প্রসিদ্ধ

പര്യായപദങ്ങൾ : মিনাৰ