അർത്ഥം : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
							ഉദാഹരണം : 
							ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
							
പര്യായപദങ്ങൾ : ফৌজ, সেনা, সেনাদল, সেনানী, সেনাবাহিনী
അർത്ഥം : সেনাৰ সমূহ
							ഉദാഹരണം : 
							আলেকজেণ্ডাৰৰ পিছত ্তেওঁৰ দক্ষ সেনাবাহিনী গৈ আছে
							
പര്യായപദങ്ങൾ : সেনাদল, সেনাবাহিনী