പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সেৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সেৱা   বিশেষ্য

അർത്ഥം : জ্যেষ্ঠ, পূজনীয়, স্বামী আদিৰ সুখৰ কাৰণে কৰা কাম

ഉദാഹരണം : তেওঁ দিন-ৰাতি মাক-দেউতাকৰ সেৱাত ব্রতী হৈ থাকে

പര്യായപദങ്ങൾ : পৰি্চর্যা

അർത്ഥം : কোনো বিশেষ বিভাগৰ দায়িত্বত থকা সার্বজনিক বা ৰাজহুৱা কার্য

ഉദാഹരണം : আজিকালি ৰেল আৰু বিমান সেৱা অধিক সুচল হৈ পৰিছে

അർത്ഥം : নকৰ বা চাকৰৰ কাম

ഉദാഹരണം : এই ঘৰটোৰ সেৱা মই আজি কুৰি বছৰ ধৰি কৰি আহিছো

അർത്ഥം : আনৰ বাবে কর্তব্যৰ পালন, স্থানৰ ব্যৱস্থাআৰু সহায়কাৰী উপকৰণ আদি

ഉദാഹരണം : ইয়াৰ হোটেলবোৰত ভাল সেৱা পোৱা যায়

അർത്ഥം : ভৰি চুই আদৰপূর্বক অভিবাদন জনোৱা কার্য

ഉദാഹരണം : তেওঁ গুৰুক ্সেৱা জনালে

പര്യായപദങ്ങൾ : প্রণাম