പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সেউজীয়া എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সেউজীয়া   বিশেষ্য

അർത്ഥം : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং

ഉദാഹരണം : চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে

പര്യായപദങ്ങൾ : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ, হৰিৎ্বর্ণ

അർത്ഥം : সেউজীয়া গছ-গছনিৰ সমূহ বা বিস্তাৰ

ഉദാഹരണം : বর্ষা ঋতুত সেউজীয়া বৃদ্ধি পায়

പര്യായപദങ്ങൾ : হৰিৎ্বর্ণ

সেউজীয়া   ক্ৰিয়া

അർത്ഥം : গছ-গছনি সেউজ ৰঙৰ হোৱা ~

ഉദാഹരണം : পানী পোৱাৰ লগে লগে ৰʼদত লেৰেলি যোৱা গছজোপা সেউজীয়া হৈ পৰিল

সেউজীয়া   বিশেষণ

അർത്ഥം : যি শুকান বা মৰহি যোৱা নহয়

ഉദാഹരണം : এই বাগিচাখনৰ সকলো গছেই সেউজীয়া

പര്യായപദങ്ങൾ : সেউজপূর্ণ, সেউজবুলীয়া, সেউজী

അർത്ഥം : যিটো সেউজীয়া বৰণৰ

ഉദാഹരണം : গার্ডে সেউজীয়া পতাকা দেখুৱাৰ লগে লগে গাড়ীবোৰ চলিবলৈ ধৰিলে

പര്യായപദങ്ങൾ : হৰিৎ

അർത്ഥം : যি মৰহি যোৱা নাই বা যʼত জীৱনী শক্তি আছে

ഉദാഹരണം : পানী সিচি দিয়াৰ কাৰণে গৰমতো উদ্ভিদবোৰ সেউজীয়া হৈ আছে

അർത്ഥം : যʼত সেউজীয়া গছ-গছনিৰে ভৰি আছে

ഉദാഹരണം : জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহে সেউজীয়া সেউজীয়া হাবিবোৰ কাটিবলৈ ধৰিছে

പര്യായപദങ്ങൾ : সেউজীয়া সেউজীয়া