അർത്ഥം : নাটকৰ ভূমিকাৰ বর্ণ্্না কৰি কাহিনী ভাগ আগবঢ়াই লৈ যোৱা এটি গুৰুত্বপূর্ণ চৰিত্র
ഉദാഹരണം :
সূত্রধাৰে মঞ্চলৈ আহি নাটকৰ শুভাৰম্ভ কৰিলে
പര്യായപദങ്ങൾ : কথক
അർത്ഥം : যি কোনো কামৰ আৰম্ভণি কৰে
ഉദാഹരണം :
ইয়াৰ আঁত ধৰোঁতা কোন?
പര്യായപദങ്ങൾ : আঁত ধৰোঁতা, গুৰি ধৰোঁতা