അർത്ഥം : যাক ৰক্ষা কৰা হৈছে
ഉദാഹരണം :
সেনাৰ দ্বাৰা দেশৰ সীমা ভালদৰে সুৰক্ষিত হৈ আছে
പര്യായപദങ്ങൾ : ৰক্ষিত
അർത്ഥം : যাক ভালদৰে ৰক্ষা কৰা হৈছে
ഉദാഹരണം :
আপোনাৰ লʼৰাটো মোৰ ওচৰত সুৰক্ষিত হৈ আছে
അർത്ഥം : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
ഉദാഹരണം :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
പര്യായപദങ്ങൾ : নিৰাপদ