അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়
ഉദാഹരണം : আপোনাৰ সংগই মোৰ বাবে আনন্দ
പര്യായപദങ്ങൾ : আনন্দ, প্রসন্নতা, হর্ষ, ্আনন্দদায়ক
അർത്ഥം : যিয়ে আনন্দ প্রদান কৰে
ഉദാഹരണം : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
പര്യായപദങ്ങൾ : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, আনন্দপ্রদ, ৰমণীয়
അർത്ഥം : যিয়ে সকলো সুখ লাভ কৰিছে বা যিজন সুখত থাকে:আমি সকলোৰে সুখী জীৱন কামনা কৰোঁ
ഉദാഹരണം :
പര്യായപദങ്ങൾ : সুখকাৰক, সুখকৰ, সুখজনক, সুখময়, সুখী
അർത്ഥം : সুখ বা আনন্দ দিওতাঁ
ഉദാഹരണം : আপোনাৰ সান্নিধ্য মোৰ বাবে সুখদায়ক
പര്യായപദങ്ങൾ : সুখকাৰী, সুখদায়ক, সুখদায়ী, সুখপূর্ণ, সুখী
ഇൻസ്റ്റാൾ ചെയ്യുക