പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সীমা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সীমা   বিশেষ্য

അർത്ഥം : খেতিপথাৰ আদিৰ সীমা নি্র্ধাৰণ কৰা মাটিৰ ওখ অংশ বা বান্ধ

ഉദാഹരണം : ককায়েক-ভায়েকৰ মাজত ভাগ-বাটোৱাৰা হোৱাৰ লগে-লগে খেতিপথাৰত বহুকেইটা সীমা বান্ধি দিয়া হʼল

അർത്ഥം : কোনো প্রদেশ বা বস্তুৰ চাৰিওফালে বিস্তাৰিত হৈ থকা ঠাইৰ অন্তিম সীমা বা স্থান

ഉദാഹരണം : ভাৰতবর্ষৰ সীমাত সেনা-জোৱান অতন্দ্র প্রহৰীৰ দৰে থিয় হৈ আছে

പര്യായപദങ്ങൾ : বʼর্ডাৰ, সীমান্ত

അർത്ഥം : যি অন্তিম স্থানলৈকে কোনো কথা বা কাম হোৱা উচিত বা হʼব পাৰে

ഉദാഹരണം : যিকোনো কাম সীমাৰ ভিতৰত থাকি কৰা উচিত