അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
ഉദാഹരണം : লতাই কুর্তাটোত বুটাম লগাই আছে
പര്യായപദങ്ങൾ : চিলাই কৰা, জোৰা লগোৱা, লগোৱা, সীৱন কৰা
അർത്ഥം : কাপোৰৰ টুকুৰাক সুতা আদিৰ সহায়ত জোৰা লগোৱা কার্য
ഉദാഹരണം : দর্জীয়ে চোলা চিলাই আছে
പര്യായപദങ്ങൾ : চিলাই কৰা, চিলোৱা, সীয়ন কৰা
ഇൻസ്റ്റാൾ ചെയ്യുക