അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ডিঙিত কেশৰ থকা মেকুৰী প্রজাতিৰ আটাইতকৈ বেছি বলবান হিংস্র বনৰীয়া জন্তু
ഉദാഹരണം : কবিয়ে এই কবিতাটোত শিৱাজীক সিংহৰ লগত তুলনা কৰিছে
പര്യായപദങ്ങൾ : কেশৰী, পশুৰাজ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
അർത്ഥം : জ্যোতিষ শাস্ত্র অনুসৰি দ্বাদশ ৰাশিৰ মাজৰ পঞ্চম ৰাশি
ഉദാഹരണം : এই সময়ত সূর্য্য সিংহত আছে
പര്യായപദങ്ങൾ : সিংহ ৰাশি, সিংহৰাশি
അർത്ഥം : সিংহ জাতিৰ মতা
ഉദാഹരണം : সিংহৰ ডিঙিত দীঘল দীঘল কেশৰ থাকে
പര്യായപദങ്ങൾ : কেশৰী, পশুৰাজ, মতা সিংহ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
ഇൻസ്റ്റാൾ ചെയ്യുക