അർത്ഥം : সমাজৰ সকলো লোকে সমান অধিকাৰ পাব লাগে আৰু সকলোলোকৰ থকা-খোৱাৰ ব্যৱস্থা একে ধৰণৰ হʼব লাগে বুলি প্রতিপন্ন কৰিব খোজা এক ধৰণৰ বাদ
ഉദാഹരണം :
সাম্যবাদৰ দ্বাৰা প্রেম আৰু ভ্রাতৃত্ববোধ বৃদ্ধি পায়
അർത്ഥം : যি বাদে সকলোকে সমান জ্ঞান কৰে
ഉദാഹരണം :
সাম্যবাদে বিশ্বত শান্তি আনিব পাৰে
പര്യായപദങ്ങൾ : সমতাবাদ