അർത്ഥം : কোনো বিশেষ সম্প্রদায়ৰ সৈতে সম্বন্ধ ৰাখোঁতা
ഉദാഹരണം :
জৈনসকলৰ সাম্প্রদায়িক মতানুসৰি যিকোনো জীৱৰ হত্যা কৰাটো মহাপাপ
അർത്ഥം : সম্প্রদায়ৰ সৈতে সম্বন্ধ ৰাখোঁতা বা সম্প্রদায়ৰ
ഉദാഹരണം :
ধর্মীয় কাৰণত বহুবাৰ দেশত গোষ্ঠীগত ্সংঘর্ষ হৈ আহিছে
പര്യായപദങ്ങൾ : গোষ্ঠীগত