അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি বস্তু কোনো কামত ব্যৱহাৰ কৰা হয়
ഉദാഹരണം : ইটা, চিমেণ্ট আদি সামগ্রী ঘৰ সজা কামত লাগে
പര്യായപദങ്ങൾ : পদার্থ, বস্তু, মাল, মাল-বস্তু
അർത്ഥം : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
ഉദാഹരണം : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
പര്യായപദങ്ങൾ : উপকৰণ, সাধন
അർത്ഥം : বাস্তৱিক বা কল্পিত সত্তা
ഉദാഹരണം : বতাহ এক বিমূর্ত্ত বস্তু
പര്യായപദങ്ങൾ : বস্তু
ഇൻസ്റ്റാൾ ചെയ്യുക