അർത്ഥം : সুন্দৰ ফুলৰ কাৰণে প্রসিদ্ধ পানীত উৎপন্ন হোৱা এবিধ উদ্ভিদ
ഉദാഹരണം :
লʼৰা-ছোৱালীবোৰে খেলা কৰি কৰি সৰোবৰৰ পদুমবোৰ উঘালি আছে
പര്യായപദങ്ങൾ : অব্জ, অম্বুজ, অম্ভোজ, অৰবিন্দ, ইন্দিবৰ, উৎপল, কমল, কমলিনী, কহ্লাৰ, কুবলয়, কুমুদ, কুমুদী, কুৱলয়, কৈৰব, নলিন, নলিনী, নীৰজ, পংকজ, পঙ্কজ, পদুম, পদ্ম, পদ্মিনী, পুণ্ডৰীক, পুষ্কৰ, শতদল, সৰসিজ, সৰোজ, সৰোৰুহ, ্শ্রীপর্ণ, ৰাজীৱ