അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সময় অনুসৰি
ഉദാഹരണം : যিকোনো কাম যথাসময়ত কৰা উচিত
പര്യായപദങ്ങൾ : ঠিক সময়ত, যথা কালত, যথা সময়ত, যথাকালত, যথাসময়ত, সময়মতে, সসময়ত, সসময়তে
അർത്ഥം : ভালেমান সময় পাৰ হৈ যোৱাৰ পিছত
ഉദാഹരണം : কালান্তৰত তেওঁ ঘটি যোৱা ঘটনাবোৰ পাহৰি গʼল আৰু পুনৰ ৰামুৰ সৈতে বন্ধুত্ব কৰিলে
പര്യായപദങ്ങൾ : অইন সময়ত, অন্যসময়ত, কালান্তৰত, সময়ৰ অন্তত
ഇൻസ്റ്റാൾ ചെയ്യുക