പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সম্রাজ্ঞী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সম্রাজ্ঞী   বিশেষ্য

അർത്ഥം : ৰজাৰ পত্নী

ഉദാഹരണം : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল

പര്യായപദങ്ങൾ : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী

അർത്ഥം : সম্রাটৰ পত্নী

ഉദാഹരണം : কিছুমান সম্রাজ্ঞীয়ে ৰাজকার্য পৰিচালনাত সম্রাটক সহায় কৰিছিল

പര്യായപദങ്ങൾ : চুলতানা, বেগম, মহাৰাজ্ঞী, সংৰাজ্ঞী, সম্রাট পত্নী, ৰাজ ৰাজেশ্বৰী, ৰাজৰাজেশ্বৰী

അർത്ഥം : কোনো সাম্রাজ্যৰ মহিলা শাসক বা অধিকাৰী:ভাৰতৰ ইতিহাসত কোনো প্রসিদ্ধ সম্রাজ্ঞীৰ উল্লেখ পোৱা নাযায়

ഉദാഹരണം :

പര്യായപദങ്ങൾ : চুলতানা, মহিষী, সাম্রাজ্য অধিকাৰিণী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী

അർത്ഥം : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ

ഉദാഹരണം : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে

പര്യായപദങ്ങൾ : ওজা, বাদশ্বাহ, মহাৰজা, মহাৰাণী, সম্রাট, ৰজা, ৰাণী