അർത്ഥം : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ
ഉദാഹരണം :
একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়
പര്യായപദങ്ങൾ : সম্বন্ধ
അർത്ഥം : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়
ഉദാഹരണം :
মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?
പര്യായപദങ്ങൾ : সম্বন্ধ
അർത്ഥം : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য
ഉദാഹരണം :
বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি
പര്യായപദങ്ങൾ : সম্বন্ধ
അർത്ഥം : কথা-বতৰাৰ আদান প্রদান
ഉദാഹരണം :
মই ভালেমান দিনৰ পৰা আপোনাৰ সৈতে সম্পর্ক কৰিবলৈ বিচাৰি আছিলোঁ
പര്യായപദങ്ങൾ : ্যোগাযোগ