അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
ഉദാഹരണം : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
പര്യായപദങ്ങൾ : জাক, পাল, সমুদায়
അർത്ഥം : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ഉദാഹരണം : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
പര്യായപദങ്ങൾ : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি
അർത്ഥം : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
ഉദാഹരണം : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
പര്യായപദങ്ങൾ : গোট, দʼম, সমষ্টি, ৰাশি
ഇൻസ്റ്റാൾ ചെയ്യുക