അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
ഉദാഹരണം : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
പര്യായപദങ്ങൾ : জাক, পাল, সমূহ
അർത്ഥം : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
ഉദാഹരണം : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
പര്യായപദങ്ങൾ : শ্রেণী, ্বর্গ
അർത്ഥം : যিমান আছে সকলোখিনি
ഉദാഹരണം : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?
പര്യായപദങ്ങൾ : মুঠ, সকলো, সমগ্র, সমস্ত, সম্পূর্ণ, সর্বমুঠ
ഇൻസ്റ്റാൾ ചെയ്യുക