അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজনে সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ഉദാഹരണം : ৰামুৱে শ্রদ্ধা সহকাৰে সন্যাসীসকলৰ সেৱা আগবঢ়ায়
അർത്ഥം : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ഉദാഹരണം : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
പര്യായപദങ്ങൾ : বিমুখ, বিৰক্ত, বিৰাগ, বৈৰাগী
അർത്ഥം : সন্যাস আশ্রমত প্রৱেশ কৰাজন
ഉദാഹരണം : তেওঁ কুম্ভ মেলাত বহুতো সন্যাসীক লগ পালে
ഇൻസ്റ്റാൾ ചെയ്യുക