അർത്ഥം : হিন্দুসকলৰ চাৰি আশ্রমৰ অন্তিম আশ্রম, যʼত ত্যাগী আৰু বিৰক্ত হৈ সকলো কাম নিষ্কাম ভাৱত কৰা হয়
ഉദാഹരണം :
প্রাচীন কালত মানুহে বানপ্রস্থৰ পিছত নিজৰ দায়িত্ব সন্তানৰ ওপৰত অর্পণ কৰি সন্যাস গ্রহণ কৰিছিল
പര്യായപദങ്ങൾ : সন্যাসাশ্রম