അർത്ഥം : যাৰ সন্মান কৰা হʼল
ഉദാഹരണം :
সন্মানিত সন্ত সকলক উপহাৰ দিয়াৰ পিছত বিদায় দিয়া হʼল
പര്യായപദങ്ങൾ : আদৃত
അർത്ഥം : যি প্রতিষ্ঠা লাভ কৰিছে
ഉദാഹരണം :
পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি
പര്യായപദങ്ങൾ : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, প্রতিষ্ঠিত, মাননীয়, মান্য, সম্ভ্রান্ত
അർത്ഥം : যাক সন্মান কৰা হৈছে
ഉദാഹരണം :
সভাৰ অধ্যক্ষই সভাত উপস্থিত সকলো বিদ্বানকে ফুলৰ থোপাৰে সন্মানিত কৰিলে
പര്യായപദങ്ങൾ : সম্মানিত