അർത്ഥം : ভাল চৰিত্রৰ
ഉദാഹരണം :
সৎচৰিত্রতাই মানুহক মহান কৰে
പര്യായപദങ്ങൾ : সদাচাৰিতা, সদ্চৰিত্রতা, সৎচৰিত্রতা
അർത്ഥം : যি ব্যৱহাৰত ভাল ভাব থাকে
ഉദാഹരണം :
আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়
പര്യായപദങ്ങൾ : ভাল ব্যৱহাৰ, সদব্যৱহাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সাধুতা, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ