അർത്ഥം : যি কাপোৰ, গহনা আদি ধাৰণ কৰি আছে
ഉദാഹരണം :
সজ্জিত মহিলাই মঞ্চত নৃত্য কৰি আছিল
പര്യായപദങ്ങൾ : ভূষিত
അർത്ഥം : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
ഉദാഹരണം :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
പര്യായപദങ്ങൾ : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, বিভূষিত, ভূষিত
അർത്ഥം : হাথিয়াৰ আদিৰে সাজু হোৱা
ഉദാഹരണം :
পুলিচে অবৈধ হাথিয়াৰেৰে সজ্জিত এজন ব্যক্তিক ধৰিলে
പര്യായപദങ്ങൾ : প্রস্তুত