പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সজোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সজোৱা   ক্ৰিয়া

അർത്ഥം : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য

ഉദാഹരണം : নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে

പര്യായപദങ്ങൾ : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা

അർത്ഥം : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা

ഉദാഹരണം : দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে

പര്യായപദങ്ങൾ : ব্যৱস্থিত কৰা, লগোৱা

അർത്ഥം : আহাৰ সন্মুখত ৰখা

ഉദാഹരണം : তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে

പര്യായപദങ്ങൾ : পৰিৱেশন কৰা

അർത്ഥം : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

ഉദാഹരണം : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

പര്യായപദങ്ങൾ : কৰা, বনোৱা