പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সজা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সজা   বিশেষ্য

അർത്ഥം : চৰাই, জন্তু আদি ভৰাই থʼবলৈ লোহা, বাঁহ আদিৰে সজা যতন বিশেষ

ഉദാഹരണം : ভাটৌটো সজাৰ পৰা উৰি গʼল

പര്യായപദങ്ങൾ : গঁৰ্াল, পিঁজৰা, পিঞ্জৰ, পিঞ্জৰা

അർത്ഥം : পাৰ ৰাখিবলৈ সজা বাহ

ഉദാഹരണം : পাৰৰ বাহত পাৰবোৰে দানা খাই আছে

പര്യായപദങ്ങൾ : পাৰ-বাহা, পাৰৰ বাহ

সজা   ক্ৰিয়া

അർത്ഥം : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

ഉദാഹരണം : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

പര്യായപദങ്ങൾ : উঠোৱা, গঁথ্া, বনোৱা, সাজি থকা

അർത്ഥം : কাটি-কুটি বা অন্য কোনো ধৰণে কামৰ বস্তু তৈয়াৰ কৰা

ഉദാഹരണം : তেওঁ ্মাটিৰ মূর্তি সাজি আছে

പര്യായപദങ്ങൾ : আকাৰ দিয়া, গঢ় দিয়া, ৰূপ দিয়া

അർത്ഥം : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা

ഉദാഹരണം : কুমাৰে কলহ নি্র্মাণ কৰে

പര്യായപദങ്ങൾ : তৈয়াৰ কৰা, নি্র্মাণ কৰা, বনোৱা

അർത്ഥം : ঘৰ বা দেৱাল আদি বনোৱা

ഉദാഹരണം : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

പര്യായപദങ്ങൾ : উঠোৱা, বনোৱা