അർത്ഥം : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
ഉദാഹരണം :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
പര്യായപദങ്ങൾ : মিশ্রণ
അർത്ഥം : ঔষধ তৈয়াৰ কৰিবৰ বাবে বহুতো ঔষধক একেলগে মিলেৱা কার্য
ഉദാഹരണം :
কবিৰাজে সংমিশ্রণ বনোৱাত লাগি আছে
അർത്ഥം : মিহলি হোৱা কার্য
ഉദാഹരണം :
ভালেমান ঔষধিৰ সংমিশ্রণত ছ্যবনপ্রাছ তৈয়াৰ কৰা হয়