പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ষড়যন্ত্র എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ষড়যন্ত্র   বিশেষ্য

അർത്ഥം : কাৰোবাৰ বিৰুদ্ধে গুপ্তভাৱে কৰা কোনো কাম বা মন্ত্রণা

ഉദാഹരണം : চৰকাৰ ভাঙিবৰ কাৰণে বিৰোধী দলে সদায় কিবা নহয় কিবা ষড়যন্ত্র কৰে

പര്യായപദങ്ങൾ : দূৰভিসন্ধি

അർത്ഥം : কাৰোবাক অনিষ্ট কৰিবলৈ বা ঠগিবলৈ একাধিক লোকে কৰা গোপন চুক্তি

ഉദാഹരണം : গীতা ৰাধা আৰু মোহনৰ গভীৰ ষড়যন্ত্রৰ চিকাৰ হʼল

പര്യായപദങ്ങൾ : চক্রান্ত, মতণ্ডা

അർത്ഥം : কপটতাপূর্ণ ্কোনো আঁচনি বা আয়োজন

ഉദാഹരണം : চক্রবেহুৰ ৰচনা এক ষড়যন্ত্র আছিল

അർത്ഥം : গভীৰ আৰু গুপ্ত বুদ্ধি বা চল

ഉദാഹരണം : তোমাৰ য়ড়যন্ত্র ইয়াত নচলিব

പര്യായപദങ്ങൾ : কাৰচাজী, চাতুৰি

അർത്ഥം : ছলনা কৰা কার্য

ഉദാഹരണം : তোমাৰ ছলনা কৰাৰ কোনো দৰকাৰ নাই

പര്യായപദങ്ങൾ : কাৰচাজি, চতুৰালি, ছলনা