അർത്ഥം : যি শোকেৰে ভৰি আছে
ഉദാഹരണം :
কোনো মহান ব্যক্তিৰ মৃত্যু হোৱাৰ লগে-লগে গোটেই দেশৰে পৰিৱেশ শোকাকূল হৈ পৰে
പര്യായപദങ്ങൾ : শোকজর্জৰ, শোকজী্র্ণ, শোকদগ্ধ, শোকপূর্ণ, শোকসন্তপ্ত, শোকাকূল, শোকাতুৰ, শোকার্ত্ত, ্শোকগ্রস্ত, ্শোকজর্জৰিত, ্শোকব্যাকুল