പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള শেষ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

শেষ   বিশেষ্য

അർത്ഥം : সমাপ্ত হোৱাৰ ভাব বা কার্য

ഉദാഹരണം : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

പര്യായപദങ്ങൾ : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং

അർത്ഥം : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ

ഉദാഹരണം : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব

പര്യായപദങ്ങൾ : অন্ত, ইতি, উপসংহাৰ, সমাপ্তি

അർത്ഥം : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা

ഉദാഹരണം : কলিযুগত অন্ত নিশ্চিত

പര്യായപദങ്ങൾ : অন্ত, অৱসান, ইতি, ওৰ, পৰিসমাপ্তি, যতি, শেহ, সমাপ্তি, সাং

അർത്ഥം : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........

ഉദാഹരണം : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে

പര്യായപദങ്ങൾ : খুন, নিধন, প্রাণ লোৱা, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, সংহাৰ, হত্যা, হনন

শেষ   বিশেষণ

അർത്ഥം : শেষ সীমা পোৱা

ഉദാഹരണം : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে

പര്യായപദങ്ങൾ : অন্তিম, চৰম

അർത്ഥം : কোনো অৱশিষ্ট নথকা

ഉദാഹരണം : মই কৰা কামটো এতিয়া শেষ হʼল

പര്യായപദങ്ങൾ : খতম, নিষ্পন্ন, নিষ্পাদিত, পূর্ণ, পৰিসমাপ্ত, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, সম্পূর্ণ, ্পূৰ

അർത്ഥം : যি সকলোৰে পিছত হয়

ഉദാഹരണം : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে

പര്യായപദങ്ങൾ : অন্ত, অন্তিম, অন্ত্য, চৰম

അർത്ഥം : যিটো নাশ হৈছে

ഉദാഹരണം : ভূমিকম্পত ্ তেওঁৰ সকলো নষ্ট হʼল

പര്യായപദങ്ങൾ : উছন, ক্ষয়প্রাপ্ত, খাস্তাং, জাহ, ধ্বংসপ্রাপ্ত, নষ্ট, নিশ্চিহ্ন, বিধ্বস্ত, বিনষ্ট, বিলীন, লীন