പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള শূন্য എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

শূন্য   বিশেষ্য

അർത്ഥം : খালী বা ৰিক্ত স্থান

ഉദാഹരണം : তেওঁ শূন্যত ঘূৰি আছিল

പര്യായപദങ്ങൾ : আকাশ

അർത്ഥം : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই

ഉദാഹരണം : যাদুকৰে শূন্যত মোক ৰাখি থʼলে

പര്യായപദങ്ങൾ : আলাস, ওপৰ

അർത്ഥം : কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ

ഉദാഹരണം : এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়

അർത്ഥം : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়

ഉദാഹരണം : আকাশখন কʼলা ডাৱৰে আৱৰি আছে

പര്യായപദങ്ങൾ : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, , গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম

শূন্য   বিশেষণ

അർത്ഥം : ভিতৰত একো নথকা বা যি অপূর্ণ

ഉദാഹരണം : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে

പര്യായപദങ്ങൾ : উকা, উদং, খালী, শূন্যগর্ভ, ৰিক্ত

അർത്ഥം : কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা

ഉദാഹരണം : বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল

പര്യായപദങ്ങൾ : বিহীন, ৰহিত