പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള শুল্ক എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

শুল্ক   বিশেষ্য

അർത്ഥം : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন

ഉദാഹരണം : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল

പര്യായപദങ്ങൾ : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স

അർത്ഥം : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য

ഉദാഹരണം : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়

പര്യായപദങ്ങൾ : ভাড়া, ভাৰা, মাচুল

അർത്ഥം : খেতি-বাতিৰ মাটিত লগোৱা কৰ

ഉദാഹരണം : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল

പര്യായപദങ്ങൾ : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স

അർത്ഥം : কোনো কামৰ সলনি লোৱা বা দিয়া ধন

ഉദാഹരണം : মাচুল জমা নিদিয়া কাৰণে মনোহৰৰ স্কুলৰ পৰা নাম কটা গʼল

പര്യായപദങ്ങൾ : ফিজ, মাচুল