അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ
ഉദാഹരണം : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়
പര്യായപദങ്ങൾ : আদি, আৰম্ভ, আৰম্ভণি, প্রাৰম্ভ
അർത്ഥം : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
ഉദാഹരണം : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
പര്യായപദങ്ങൾ : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত
അർത്ഥം : কোনো কামৰ আৰম্ভ
ഉദാഹരണം : এই কামটোৰ শুভাৰম্ভ কোনে কৰিব ?
പര്യായപദങ്ങൾ : আৰম্ভ
ഇൻസ്റ്റാൾ ചെയ്യുക