അർത്ഥം : ন্যায়ালয় বা ন্যায়াধীশৰ সন্মুখত কোনো অভিযোগ বা মোকর্দ্্মাৰ বিষয়ে বিচাৰ কৰা কার্য
ഉദാഹരണം :
আজি দেৱানী আদালতত মোৰ মোকর্দ্্মাৰ শুনানী আছে
പര്യായപദങ്ങൾ : সোধ
അർത്ഥം : বিচাৰৰ কাৰণে দুয়োপক্ষৰ কথা নিজ সাক্ষাতত শুনা
ഉദാഹരണം :
দণ্ডাধীশে অভিযোগকাৰী আৰু অভিযুক্ত দুয়োপক্ষৰ শুনানী লʼলে