അർത്ഥം : শৰীৰ ক্ষীণাই যোৱা অৱস্থা
ഉദാഹരണം :
তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে
പര്യായപദങ്ങൾ : ক্ষীণকায় হোৱা, হাড় ওলাই অহা
അർത്ഥം : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
ഉദാഹരണം :
অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
പര്യായപദങ്ങൾ : শুকোৱা
അർത്ഥം : উজ্জ্বলতা কমি যোৱা
ഉദാഹരണം :
বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল
പര്യായപദങ്ങൾ : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা