അർത്ഥം : যিজনক কোনোবাই কিবা পঢ়াইছে বা শিকাইছে
ഉദാഹരണം :
শিষ্য আৰু গুৰুৰ সম্পর্ক মধুৰ হোৱা উচিত
അർത്ഥം : যিজনে বিদ্যাশিক্ষা গ্রহণ কৰে
ഉദാഹരണം :
এই শ্রেণীকোঠাত পঁচিশজন ছাত্র আছে
പര്യായപദങ്ങൾ : অধ্যয়নকাৰী, ছাত্র, জ্ঞানার্থী, বিদ্যার্থী, শিক্ষার্থী