അർത്ഥം : যিয়ে এতিয়া বা অলপ সময় আগতে জন্ম লৈছে
ഉദാഹരണം :
আজিকালি চিকিৎসালয়ত নৱজাতক শিশু চুৰ কৰাটো সহজ কথা হৈ পৰিছে
പര്യായപദങ്ങൾ : কেঁচুৱা, নৱজাত শিশু, নৱজাতক
അർത്ഥം : কম বয়সীয়া লʼৰা বা ছোৱালী
ഉദാഹരണം :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
പര്യായപദങ്ങൾ : বাচ্চা, বালক-বালিকা, লʼৰা-ছোৱালী, সৰু লʼৰা-ছোৱালী