അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সৰু আকাৰৰ শিল
ഉദാഹരണം : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
പര്യായപദങ്ങൾ : পাথৰ, শিলগুটি
അർത്ഥം : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
ഉദാഹരണം : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
പര്യായപദങ്ങൾ : পাথৰ, প্রস্তৰ, শিলাখণ্ড
അർത്ഥം : আকাশৰ পৰা সৰি পৰা বৰফৰ টুকুৰা
ഉദാഹരണം : বৰষুণৰ লগে-লগে শিলো পৰিছে
പര്യായപദങ്ങൾ : শিল বৰষুণ
അർത്ഥം : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলা, ষ্টোন
ഇൻസ്റ്റാൾ ചെയ്യുക