അർത്ഥം : কোনো বিশেষ কার্য ্বা উদ্দেশ্যৰ নিমিত্তে কিছুমান লোক অস্থায়ীভাৱে থকা ঠাই বিশেষ
ഉദാഹരണം :
চকুৰ চানিপৰা ৰোগৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে ডাক্তৰে দহ দিনৰ শিবিৰ পাতিছে
പര്യായപദങ്ങൾ : কেম্প
അർത്ഥം : কোনো কামৰ কাৰণে সহযোগিতাৰে কৰা এক বিশেষ আয়োজন
ഉദാഹരണം :
এই শিবিৰটো দুদিন ধৰি চলিব
പര്യായപദങ്ങൾ : কেম্প