അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু, স্থান আদিৰ সকলোতকৈ ওপৰৰ ভাগ
ഉദാഹരണം : এই মন্দিৰটোৰ চূড়াত এখন গেৰুৱা ধ্বজা উৰি আছে শ্যাম সফলতাৰ শিখৰত উপনীত হʼল
പര്യായപദങ്ങൾ : চূড়া, শিখৰ
അർത്ഥം : জুইৰ আগ
ഉദാഹരണം : অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
പര്യായപദങ്ങൾ : অগ্নিচ্ছটা, অগ্নিশিখা, বহ্নিশিখা, ভমক
അർത്ഥം : ব্রাহ্মণ সম্প্রদায়ৰ লোকসকলে মাজ মূৰত ৰখা দীঘল চুলিৰ কোছা
ഉദാഹരണം : আজিকালি বেছিভাগ ব্রাহ্মণ লোকেই টিকনি নাৰাখে
പര്യായപദങ്ങൾ : টিকনি, টিকি
അർത്ഥം : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
ഉദാഹരണം : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
പര്യായപദങ്ങൾ : অগ্র, আগ
ഇൻസ്റ്റാൾ ചെയ്യുക