പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള শাৰী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

শাৰী   বিশেষ্য

അർത്ഥം : মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র

ഉദാഹരണം : সীতাই সেউজীয়া ৰঙৰ শাৰী পিন্ধিবলৈ ভাল পায়

അർത്ഥം : একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ

ഉദാഹരണം : ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে

പര്യായപദങ്ങൾ : লানী

അർത്ഥം : ক্রম অনুসাৰে হোৱা অৱস্থা

ഉദാഹരണം : দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে

പര്യായപദങ്ങൾ : অনুক্রম, অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা

അർത്ഥം : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি

ഉദാഹരണം : উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক

പര്യായപദങ്ങൾ : পংক্তি

അർത്ഥം : মানুহ বা বাহনৰ পংক্তি যি কাৰোবাৰ বা কিহবাৰ বাবে প্রতীক্ষা কৰি আছে

ഉദാഹരണം : শাৰী ভাঙি যাত্রী নিয়া চালকক বহুত পিটন দিলে

പര്യായപദങ്ങൾ : পংক্তি, লাইন

അർത്ഥം : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম

ഉദാഹരണം : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল

പര്യായപദങ്ങൾ : লাইন, লান, লানি, লালী, শৃংখলা