അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : তেল বা কুঁহিয়াৰ পেৰা যন্ত্র
ഉദാഹരണം : খেতিয়কে শালত কুঁহিয়াৰ পেৰি আছে
പര്യായപദങ്ങൾ : ???
അർത്ഥം : এজোপা সুকাঠী বহুত ডাঙৰ গছ
ഉദാഹരണം : শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়
പര്യായപദങ്ങൾ : শাল গছ
അർത്ഥം : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে
ഉദാഹരണം : কমাৰে শালত কেৰাহীখন থৈ পিটি আছে
അർത്ഥം : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
ഉദാഹരണം : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
പര്യായപദങ്ങൾ : কীলক, স্থানু
ഇൻസ്റ്റാൾ ചെയ്യുക