പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള শান্তি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

শান্তি   বিশেষ্য

അർത്ഥം : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অৱকাশ, অৱসৰ, আজৰি, আৰাম, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, সুখ

അർത്ഥം : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ

ഉദാഹരണം : সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে

പര്യായപദങ്ങൾ : প্রশান্তি

അർത്ഥം : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ

ഉദാഹരണം : ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ

പര്യായപദങ്ങൾ : আৰাম

അർത്ഥം : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ

ഉദാഹരണം : লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়

പര്യായപദങ്ങൾ : সুখ

അർത്ഥം : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা

ഉദാഹരണം : যুদ্ধৰ পিছত দেশত এতিয়া শান্তি

അർത്ഥം : ক্ষোভ, দুখ নথকা মনৰ শান্ত অৱস্থা

ഉദാഹരണം : যোগ সাধনে মনলৈ শান্তি আনে

പര്യായപദങ്ങൾ : প্রশান্তি, স্বস্তি, ্শাঁতি

അർത്ഥം : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব

ഉദാഹരണം : আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল

പര്യായപദങ്ങൾ : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা