അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা
ഉദാഹരണം : দহৰ দহ গুণ এশ
പര്യായപദങ്ങൾ : এশ, ১০০
അർത്ഥം : এশ বছৰ কাল
ഉദാഹരണം : শতাব্দী ধৰি চলি অহা প্রথা এটাক হঠাৎ নাইকিয়া কৰিব নোৱাৰি
പര്യായപദങ്ങൾ : শতাব্দী, শতিকা
അർത്ഥം : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
ഉദാഹരണം : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
പര്യായപദങ്ങൾ : শ
അർത്ഥം : এশৰ সমূহ বা গোট
ഉദാഹരണം : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে
അർത്ഥം : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান
ഉദാഹരണം : ৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে
ഇൻസ്റ്റാൾ ചെയ്യുക