അർത്ഥം : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী
ഉദാഹരണം :
সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো
പര്യായപദങ്ങൾ : গল্প, লোক কথা, লোক কাহিনী, সাধু
അർത്ഥം : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে
ഉദാഹരണം :
এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে
പര്യായപദങ്ങൾ : কিম্বদন্তী, জনপ্রবাদ, লোকপ্রবাদ